শোণিতপুৰ, ১৯ নৱেম্বৰ (হি.স.)।
তেজপুৰ কমাৰচুবুৰীৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা ৰুণু দেৱীয়ে কালি নিশা ১২ বাজি ২০ মিনিটত ইহলীলা সম্বৰণ কৰে। ১৯৫০ চনৰ জুন মাহৰ ১৪ তাৰিখে জন্ম গ্ৰহণ কৰা ৰুণু দেৱীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৫ বছৰ ৫ মাহ ৫ দিন।
ধৰ্মপ্ৰাণ মহিলা
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001