Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
27 Oct 2025
এয়াৰ ফৰ্চ ৱান/টকিঅ’, ২৭ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে প্ৰকাশ কৰে যে তেওঁৰ এম আৰ আই (মেগনেটিক ৰেজোনেন্স ইমেজিং) পৰীক্ষা কৰা হৈছে আৰু তেওঁ মানসিক আৰু শাৰীৰিকভাৱে সুস্থ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ এছিয়া ভ্ৰমণৰ ..
মস্কো, ২৭ অক্টোবৰ (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যোৱাকালিৰ সফল পৰীক্ষাৰ অন্তত বৰ্তমান সময়ৰ সকলো নিৰাপত্তা বেহু ভেদিবলৈ সক্ষম বুৰেভেষ্টনিক নামৰ শক্তিশালী পাৰমাণৱিক চালিত ক্ৰুজ মিছাইল নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে। পুটিনে দেওবাৰে ইয়াত..
বেইজিং, ২৭ অক্টোবৰ (হি.স.)। আমেৰিকাৰ নৌসেনাৰ এখন হেলিকপ্টাৰ আৰু এখন যুদ্ধ বিমান দেওবাৰে দক্ষিণ চীন সাগৰত সংঘটিত হোৱা পৃথক পৃথক ঘটনাত দুৰ্ঘটনাগ্ৰস্ত হয় । দুয়োখন বিমানে বিমানবাহী জাহাজ ইউ এছ এছ নিমিটজৰ পৰা নিয়মীয়া অভিযান চলাইছিল। সকলো ক্ৰু সদস্য..
কাঠমাণ্ডু, ২৭ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে সোমবাৰে পশুপতি অঞ্চলৰ গুহ্যেশ্বৰী ঘাটত ছঠ পূজাত অংশগ্ৰহণ কৰি অস্তগামী সূৰ্য্যক প্ৰাৰ্থনা জনায়। প্ৰতি বছৰে কৰা দৰে তেওঁ সূৰ্য্য দেৱতা আৰু ছঠি মাতাক পূজা আৰু প্ৰাৰ্থনা কৰিছিল। অন্তৱৰ্তীকালীন..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha