Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
23 Oct 2025
- অসম আৰু ঝাৰখণ্ডত অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু গুৱাহাটী, ২৩ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কোকৰাঝাৰ আৰু শালাকাটি ষ্টেচনৰ মাজৰ ৰে’লপথত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত ব্যক্তিজনক চিনাক্ত কৰা..
গুৱাহাটী, ২৩ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট (বিটিএডি) সংযোগ, আন্তঃগাঁথনি আৰু অৰ্থনৈতিক উন্নয়ন শক্তিশালী কৰাৰ অৰ্থে একাধিক ৰূপান্তৰকাৰী ৰেলৱে উন্নয়ন প্ৰকল্প হাতত লৈছে। এই পদক্ষেপসমূহৰ লক্ষ্য ..
নলবাৰী, ২৩ অক্টোবৰ (হি.স.)। কালি সহস্ৰাধিক সমৰ্থকক লগত লৈ নলবাৰীত বিজেপিয়ে ন্যায় সমদল উলিওৱাৰ পিছত আজি প্ৰাণৰ শিল্পী গৰাকীৰ ন্যায়ৰ দাবীত আছুৰ উদ্যোগত নলবাৰীত উলিওৱা হল ন্যায় সমদল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবীত ..
যোৰহাট, ২৩ অক্টোবৰ (হি.স.)। টীয়কত ২৮ বছৰীয়া এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। এটা জানত উদ্ধাৰ যুৱক জনৰ মৃতদেহটো। কালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা কাকজান কমাৰখাটোৱাল গাঁৱৰ বন্দিত হাজৰিকা নামৰ এজন ২৮ বছৰীয়া যুৱকৰ মৃতদেহ আজি উদ্ধাৰ এটা জানত। পৰিত্যক্ত..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha