বিজেপিৰ ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী ন্যায় যাত্ৰাক নাটক আখ্যা ৰাইজৰ দলৰ
ধুবুৰী, ২২ অক্টোবৰ (হি.স.)। বিজেপিৰ ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী ন্যায় যাত্ৰাক নাটক আখ্যা ৰাইজৰ দলৰ। বিলাসীপাৰাত আজি ৰাইজৰ দ''লৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই সংবাদমেলযোগে এই অভিযোগ কৰে। বিজেপিৰ ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অ
বিজেপিৰ ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী ন্যায় যাত্ৰাক নাটক আখ্যা ৰাইজৰ দলৰ


ধুবুৰী, ২২ অক্টোবৰ (হি.স.)। বিজেপিৰ ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী ন্যায় যাত্ৰাক নাটক আখ্যা ৰাইজৰ দলৰ। বিলাসীপাৰাত আজি ৰাইজৰ দ'লৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই সংবাদমেলযোগে এই অভিযোগ কৰে। বিজেপিৰ ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী ন্যায় যাত্ৰাক নাটক আখ্যা দিয়ে তেওঁ।

বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদত নমাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দ'লৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই। মুখ্যমন্ত্ৰীৰ কাৰুকাৰ্যক এতিয়া অসমৰ জনসাধাৰণে নতুন ব্লগাৰৰ নজৰত দেখিছে বুলিও তেওঁ কটাক্ষ কৰে। বিজেপিৰ ময়ো জুবিন, আমিয়ো জুবিন ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা কৰি ৰাইজৰ দ'লৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই কয় যে- এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেইলৰ পৰা বাহিৰত উলিয়াই প্ৰতিবাদত নমাই দিলে হ'ল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande