Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
16 Oct 2025
গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। ৰাজ্যিক কেবিনেটে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। নামৰূপ সাৰ কাৰাখানাত হব ১০,৬০১ কোটি টকাৰ প্রকল্প। আজি কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে সাংবাদিকক জনায় এই কথা। তেওঁ ..
গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ আয়োজ..
শিৱসাগৰ, ১৬ অক্টোবৰ (হি.স.)। শিৱসাগৰত আজি কোচ ৰাজবংশী সংগঠনৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰৰ ৰাজপথ কপালে জনজাতিকৰনৰ দাবীত। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)উজনি মধ্য অসম শাখাৰ প্ৰতিবাদ সাব্যস্ত। সংগঠনটোৱে আজি গণ গৰ্জন কাৰ্য্যসূচী ৰূপায়ন কৰে। শিৱসা..
যোৰহাট, ১৬ অক্টোবৰ (হি.স.)। যোৰহাটত পুনৰ ভয়ংকৰ ঘটনা। ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰহাৰত পুনৰ এজন যুৱকৰ মৃত্যু। এটা নিচামুক্তি কেন্দ্ৰত থকা কেইবাজনো যুৱকে দেৱজিৎ নেওঁগ নামৰ যুৱক জনক প্ৰহাৰ কৰাৰ ফলতেই মৃত্যু ঘটে। বুধবাৰ নিশা দেৱজিৎ নেওগ নামৰ যুৱক ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha