দৰং, ২১ জানুৱাৰী (হি.স.)। দৰং জিলাৰ মঙ্গলদৈ শালৈপাৰাত চুৰি কাণ্ড সংঘটিত হৈছে। চোৰে লুটি লৈ গল নগদ ধন সহ আ-অলংকাৰ ।
শালৈপাৰাৰ মুন গোস্বামীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰায় সাত লাখ টকাৰ সোণৰ অলঙ্কাৰ আৰু নগদ ডেৰ লাখ টকা চোৰে লুটি লৈ যায় । সন্মুখৰ দৰ্জাৰ তলা ভাঙি ঘৰৰ অলমাৰীৰ সকলো আজ বাব লণ্ড ভণ্ড কৰি লুটি লৈ যায় চোৰে।
ইফালে চিচি টিভিৰ ফুটেজত ধৰা পৰিব বুলি ডিভি আৰ লগত লৈ যায় চোৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা