দোতমাত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ তম মৃত্যু তিথিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ শ্ৰদ্ধাঞ্জলি
কোকৰাঝাৰ, ০১ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ দোতমাত আজি উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ তম মৃত্যু বাৰ্ষিকী পালন
দোতমাত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ তম মৃত্যু তিথিত বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী।

কোকৰাঝাৰ, ০১ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ দোতমাত আজি উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ তম মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ প্ৰতিবছৰৰ দৰে এইবাৰে দোতমাৰ থুলুংগা পুৰীস্থিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিস্থলত আয়োজিত অনুষ্ঠানথ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷

শ্ৰদ্ধা নিবেদন কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয় যে বডো সকলৰ পিতৃস্বৰূপ হিচাপে খ্যাত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সংগ্ৰাম, তেখেতৰ যি মহৎ আদৰ্শ, ব্যক্তিত্ব, নীতি-আদৰ্শৰ দ্বাৰা বড়ো সমাজে মানি অনুপ্ৰেৰণা পাই আহিছে ৷ বড়ো জাতীয়তাবাদীৰ সংগ্ৰাম, শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত স্বশাসনৰ ব্যৱস্থা, তেখেতৰ জীৱাই থকা সংগ্ৰামৰ পিছত বিএচি, ষষ্ঠ অনুসূচীৰ আধাৰত গঠিত বিটিচি আৰু শেহতীয়াকৈ বিটিআৰ গঠনৰ যোগেদি সকলো শ্ৰেণীৰ ৰাইজৰ সৰ্বদিশত উন্নয়নৰ বাবে চিন্তা কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক যি সন্মান প্ৰদৰ্শন কৰিছে তাৰ বাবে কেন্দ্ৰ, ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

 rajesh pande