গোৱালপাৰাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী সভাৰ ব্য়াপক প্ৰস্তুতি
গোৱালপাৰা, ০১ মে’ (হি.স.): অহা ২মে’ বৃহস্পতি বাৰে ৰাতিপুৱা ১১বজাত অনুষ্ঠিত হ’ব লগা ভাৰতীয় জাতীয় কং
গোৱালপাৰাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী সভাৰ ব্য়াপক প্ৰস্তুতি


গোৱালপাৰা, ০১ মে’ (হি.স.): অহা ২মে’ বৃহস্পতি বাৰে ৰাতিপুৱা ১১বজাত অনুষ্ঠিত হ’ব লগা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী সভাৰ ব্য়াপক প্ৰস্তুতি চলাই থকা হৈছে।

গোৱালপাৰা পূব সমষ্টিৰ সূতাপাৰা এফ এ আহমেদ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল খেল পথাৰ প্ৰাংগনত অনুষ্ঠিত হয় লগা ধুবুৰী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভাৰ প্ৰস্তুতি সম্পৰ্কে এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰশিদ অলমে উপস্থিত থাকি দলীয় কৰ্মী সকলৰ লগত সভাৰ সামগ্ৰীক পৰিবেশ সম্পৰ্কে পৰ্যালোচনা কৰে

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande