এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক পূৰ্ণ সমৰ্থন এবছুৰ
কোকৰাঝাৰ, ৩০ এপ্ৰিল (হি.স.): কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক পূৰ্ণ সমৰ্থন আগ
এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক পূৰ্ণ সমৰ্থন এবছুৰ


কোকৰাঝাৰ, ৩০ এপ্ৰিল (হি.স.): কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক পূৰ্ণ সমৰ্থন আগবঢ়াইছে এবছুৱে ৷ জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমষ্টিটোৰ সকলো ৰাইজকে এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সপক্ষে ভোটদান কৰিবলৈ আজি আহ্বান জনায় এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

আনহাতে বিটিআৰৰ স্বাৰ্থত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীকো এনডিএৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আহ্বান জনায় এবছুৰ সভাপতিগৰাকীয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande