টাৱাঙত কাইলৈ অনুষ্ঠিত হব টাৱাং মাৰাথন
টাৱাং, ২২ অক্টোবৰ (হি.স.)। :১৪“২০০ফুট 9উচ্চতাৰ হিমালয়ৰ পাদদেশৰ অৰুণাচলৰ ভাৰত চীনৰ সীমান্তৱতী চহৰ টাৱাঙত কাইলৈ অনুষ্ঠিত হব টাৱাং মাৰাথন ৷ ৰাস্ট্ৰসংঘ দিৱসৰ“লগত সংগতি ৰাখি এইবাৰটৱাং মাৰথানৰ বৃহৎ প্ৰস্তুতি অৰুণাচল প্ৰদেশত৷ টাৱাং ব্ৰিগেডৰ কামাণ্ডাৰ ভি
টাৱাঙত কাইলৈ অনুষ্ঠিত হব টাৱাং মাৰাথন


টাৱাং, ২২ অক্টোবৰ (হি.স.)। :১৪“২০০ফুট 9উচ্চতাৰ হিমালয়ৰ পাদদেশৰ অৰুণাচলৰ ভাৰত চীনৰ সীমান্তৱতী চহৰ টাৱাঙত কাইলৈ অনুষ্ঠিত হব টাৱাং মাৰাথন ৷ ৰাস্ট্ৰসংঘ দিৱসৰ“লগত সংগতি ৰাখি এইবাৰটৱাং মাৰথানৰ বৃহৎ প্ৰস্তুতি অৰুণাচল প্ৰদেশত৷ টাৱাং ব্ৰিগেডৰ কামাণ্ডাৰ ভি এছ ৰাজপুত য়ে কয় এই মাৰাথনত বিদেশী ২১ জন খৈলুৱৈয়ে অংশ গ্ৰহনৰ উপৰিও দেশৰ ২৭ খন বিভিন্ন ৰাজ্যৰ খেলুৱৈয়ে অংশ গ্ৰহন কৰিব৷

টাৱাঙত হ“ৱলগা মাৰাথনৰ বাবে সমগ্ৰচহৰখনকে সুন্দৰকৈ সজাইতোলা হৈছেআৰু স্হানীয়ৰাইজ “দুৰ্গমপাহাৰীয়া ৰাজ্যখনৰ শান্তিঃসম্পীতিআৰু একতাৰ বানীক মুল লক্ষ্যহিচাপে লৈ এই টাৱাংমাৰাথানৰ এইবাৰবিশেষ আয়োজনকৰা হৈছে আৰুইয়াৰ লগত সংগতিৰাখি স্হানীয় শিল্পীকলাকুশলীক লৈ এক বিশেষসাংস্কৃতিক সন্ধিয়াও আজি নিশা আয়োজন কৰা হৈছে৷এইবাৰ মাৰাথনত প্ৰথম বিজয়ী জনক ৬০লাখটকা পুৰস্কাৰ আগবঢ়াোৱা হ“ব৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande