গহপুৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বৃহৎ বিক্ষোভ কাৰ্যসূচী
বিশ্বনাথ,২২অক্টোবৰ (হি.স.)।গহপুৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বৃহৎ বিক্ষোভ কাৰ্যসূচী। অনুসূচিত জাতিৰ সামাজিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষনৰ বিৰোধিতাৰে উক্ত বিক্ষোভ কাৰ্য্যসূচী। অনুসূচিত জাতিৰ উন্নয়ণৰ বাবে অহা বিভিন্ন আঁচনিৰ টকা আত্মসাৎৰ অভিযোগ তুলি উক
গহপুৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বৃহৎ বিক্ষোভ কাৰ্যসূচী


বিশ্বনাথ,২২অক্টোবৰ (হি.স.)।গহপুৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বৃহৎ বিক্ষোভ কাৰ্যসূচী। অনুসূচিত জাতিৰ সামাজিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষনৰ বিৰোধিতাৰে উক্ত বিক্ষোভ কাৰ্য্যসূচী।

অনুসূচিত জাতিৰ উন্নয়ণৰ বাবে অহা বিভিন্ন আঁচনিৰ টকা আত্মসাৎৰ অভিযোগ তুলি উক্ত প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে। ঠিকাদাৰ নুপুৰ স্বাহাৰ বিৰুদ্ধে সৰৱ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল।

মন্ত্ৰী পীয়ুষ হাজৰিকা গ'বেক,বিধায়ক উৎপল বৰা গ'বেক,অনুসূচিত জাতি আয়োগৰ অধ্যক্ষ দিগন্ত দাস গ'বেগ ধ্বনিৰে উত্তাল কৰে গহপুৰ সমজিলা কাৰ্যালয়ৰ চৌহদ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande