সোমবাৰে দেৰগাঁও দাধৰাৰ লোৱাডোঙ জানত নিখোজ হোৱা বুবাইটি ভূঞাৰ মৃতদেহ উদ্ধাৰ
গোলাঘাট, ২১ জুলাই (হি.স.)। সোমবাৰে দেৰগাঁও দাধৰাৰ লোৱাডোঙ জানত নিখুজ হোৱা বুবাইটি ভূঞাৰ মৃতদেহ উদ্ধাৰ। বুবাইটি ভূঞা নামৰ লোক জনে লোৱাডোঙ জানত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় লোকে । এন ডি আৰ এফ আৰু এছ ডি আৰ এফ ৰ নিৰন্তৰ অভিযানত আজি পুৱা প্
সোমবাৰে দেৰগাঁও দাধৰাৰ লোৱাডোঙ জানত নিখোজ হোৱা বুবাইটি ভূঞাৰ মৃতদেহ উদ্ধাৰ


গোলাঘাট, ২১ জুলাই (হি.স.)। সোমবাৰে দেৰগাঁও দাধৰাৰ লোৱাডোঙ জানত নিখুজ হোৱা বুবাইটি ভূঞাৰ মৃতদেহ উদ্ধাৰ।

বুবাইটি ভূঞা নামৰ লোক জনে লোৱাডোঙ জানত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় লোকে ।

এন ডি আৰ এফ আৰু এছ ডি আৰ এফ ৰ নিৰন্তৰ অভিযানত আজি পুৱা প্ৰায় ২ কিলোমিটাৰ দূৰত গছত লাগি থকা অৱস্থাত উদ্ধাৰ হয় মৃত দেহটো।

দেৰগাঁও আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় মৃত দেহটো।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande