ৰূপহীহাটত নগাওঁ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
নগাওঁ, ২১ জুলাই (হি.স.)। ৰূপহীহাটত নগাওঁ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অনিয়ম বিদ্যুৎ যোগান সঘনাই বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ৰূপহী ৰৌমাৰীৰ শক্তি উপ কেন্দ্ৰত কেইবাটাও দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অনিয়মীয়া বিদ্যুৎ যো
ৰূপহীহাটত নগাওঁ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ


নগাওঁ, ২১ জুলাই (হি.স.)। ৰূপহীহাটত নগাওঁ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অনিয়ম বিদ্যুৎ যোগান সঘনাই বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ৰূপহী ৰৌমাৰীৰ শক্তি উপ কেন্দ্ৰত কেইবাটাও দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অনিয়মীয়া বিদ্যুৎ যোগানে জলাকলা খুৱাইছে সৰ্ব সাধাৰণ ৰাইজক। এ চি ৰুমত বহি থাকি বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতি দিয়া শক্তি মন্ত্ৰীক নিয়মিয়াকৈ বিদ্যুত যোগানৰ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ ৰূপহী আঞ্চলিকৰ।

উৎকট গৰম আৰু যান্ত্ৰিকতাৰ যোগত অনিয়ম বিদ্যুৎ যোগান আৰু দীৰ্ঘ সময় বিদ্যুৎ কৰ্তনে ব্যাহত কৰিছে তুলিছে জন জীৱন। নিয়মীয়া বিদ্যুত যোগান ধৰি ৰাইজক হকা দিবলৈ আহ্বান ছাত্ৰ সন্থাৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande