ক্ৰমে বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ
কাজিৰঙা, ২১ জুলাই (হি.স.)। ক্ৰমে বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ। নিশাৰ ভিতৰত বানৰ কবলত পৰা বন শিবিৰৰ সংখ্যা চাৰিটাৰ পৰা আঠটালৈ বৃদ্ধি৷ তথ্য মতে কহঁৰা বনাঞ্চলত তিনিটা,বাগৰি বনাঞ্চলত এটা,বুঢ়াপাহাৰ বনাঞ্চলত এটা,অগৰাতলি বনাঞ্চলত এ
ক্ৰমে বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ


কাজিৰঙা, ২১ জুলাই (হি.স.)। ক্ৰমে বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ।

নিশাৰ ভিতৰত বানৰ কবলত পৰা বন শিবিৰৰ সংখ্যা চাৰিটাৰ পৰা আঠটালৈ বৃদ্ধি৷ তথ্য মতে কহঁৰা বনাঞ্চলত তিনিটা,বাগৰি বনাঞ্চলত এটা,বুঢ়াপাহাৰ বনাঞ্চলত এটা,অগৰাতলি বনাঞ্চলত এটা আৰু বোকাখাত বনাঞ্চলত দুটা বন শিবিৰকে ধৰি মুঠ আঠটা বনশিবিৰৰ তলেদি বাগৰিছে পানী৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande