দেৰগাঁও দাধৰাৰ লোৱাদাং নৈত মৃতদেহ উদ্ধাৰ
গোলাঘাট, ২১ জুলাই (হি.স.)। দেৰগাঁও দাধৰাৰ লোৱাদাং নৈত মৃতদেহ উদ্ধাৰ। শংকৰ ভূঞা নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কালিৰে পৰা সন্ধানহীন হৈ আছিল লোকজন। লোৱাদাং নৈত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় লোকে। এনডিআৰএফ আৰু এছডিআৰএফ ৰ নিৰন্তৰ
দেৰগাঁও দাধৰাৰ লোৱাদাং নৈত মৃতদেহ উদ্ধাৰ


গোলাঘাট, ২১ জুলাই (হি.স.)। দেৰগাঁও দাধৰাৰ লোৱাদাং নৈত মৃতদেহ উদ্ধাৰ।

শংকৰ ভূঞা নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

কালিৰে পৰা সন্ধানহীন হৈ আছিল লোকজন।

লোৱাদাং নৈত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় লোকে।

এনডিআৰএফ আৰু এছডিআৰএফ ৰ নিৰন্তৰ অভিযানত আজি পুৱা প্ৰায় ২ কিলোমিটাৰ দূৰত গছত লাগি থকা অৱস্থাত উদ্ধাৰ হয়।

মৃতদেহটো

দেৰগাঁও আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় মৃতদেহটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande