
ধুবুৰী, ২৯ জুন (হি.স.)। গোলকগঞ্জৰ ঘৰিয়ালডাঙ্গা প্ৰথম খণ্ড গাঁৱত বজ্ৰপাত পৰি যুৱকৰ মৃত্যু।
ৰাতিপুৱা ঘৰিয়ালডাঙ্গাৰ দুবাসুবা বিলত মাছ মাৰিবলৈ গৈ বজ্ৰপাত পৰি মৃত্যু হয় ব্যক্তি গৰাকীৰ । মৃত ব্যক্তি গৰাকীৰ নাম প্রসেনজিৎ ৰায় মৃত ব্যক্তি গৰাকীৰ আনুমানিক বয়স ৪০ বছৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা