পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু, এইবাৰ গুজৰাটত মৃত্য়ু নগাৱৰ এজন যুৱকৰ
নগাঁও, ২৬ জুন (হি.স.)। পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু । গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত আছিল নগাঁৱৰ ননৈ গোমোঠা গাঁৱৰ যুৱক জন । মৃত যুৱকজন ৰঞ্জন ফুকন ৷ এখন দলঙৰ তলত উদ্ধাৰ হৈছে যুৱক জনৰ মৃতদেহ ৷ নিশা মৃতদেহটো নিজা বাসগৃহলৈ অনা পাছতেই শোকাকুল পৰি
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু, এইবাৰ গুজৰাটত মৃত্য়ু নগাৱৰ এজন যুৱকৰ


নগাঁও, ২৬ জুন (হি.স.)।

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু ।

গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত আছিল নগাঁৱৰ ননৈ গোমোঠা গাঁৱৰ যুৱক জন । মৃত যুৱকজন ৰঞ্জন ফুকন ৷ এখন দলঙৰ তলত উদ্ধাৰ হৈছে যুৱক জনৰ মৃতদেহ ৷ নিশা মৃতদেহটো নিজা বাসগৃহলৈ অনা পাছতেই শোকাকুল পৰিবেশে বিৰাজ কৰিছে অঞ্চলটোত । যুৱক জনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande