নগাঁও জিলা মৰিকলঙ মৰঙিয়ালত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ল ডাইনেমিক টাইকান্ডো একাডেমি
নগাঁও, ২৮ জুন (হি.স.)। নগাঁও জিলা মৰিকলঙ মৰঙিয়ালত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ''ল ডাইনেমিক টাইকান্ডো একাডেমি। ভিতৰুৱা অঞ্চলটোৰ দৰিদ্ৰ তথা ক্ৰীড়া আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ বাবে একাডেমিখনে লৈ আহিছে আশাৰ ৰেঙনি। মৰঙিয়াল নৱজ্যোতি সংঘৰ মজিয়াত প্ৰতিষ্ঠা ল
নগাঁও জিলা মৰিকলঙ মৰঙিয়ালত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ল ডাইনেমিক টাইকান্ডো একাডেমি*


নগাঁও, ২৮ জুন (হি.স.)। নগাঁও জিলা মৰিকলঙ মৰঙিয়ালত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ল ডাইনেমিক টাইকান্ডো একাডেমি।

ভিতৰুৱা অঞ্চলটোৰ দৰিদ্ৰ তথা ক্ৰীড়া আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ বাবে একাডেমিখনে লৈ আহিছে আশাৰ ৰেঙনি। মৰঙিয়াল নৱজ্যোতি সংঘৰ মজিয়াত প্ৰতিষ্ঠা লাভ কৰা ডাইনেমিক টাইকান্ডো একাডেমি খনত নূন্যতম মূল্যত শিক্ষাৰ্থী সকলক দিয়া প্ৰশিক্ষণ।

উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ টাইকান্ডো বিষয়ববীয়া লগতে, নৱজ্যোতি সংঘৰ সভাপতি সম্পাদকে প্ৰমূখ্য কৰি অঞ্চলটোৰ ৰাইজ, শিক্ষাৰ্থী।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande