কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ পোহনীয়া হাতী বেলিৰ মৃত্যু
কাজিৰঙা, ২৮ জুন (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ পোহনীয়া হাতী বেলিৰ মৃত্যু ৷ বাগৰি বনাঞ্চলত নিয়োজিত বেলিয়ে ৰাষ্ট্ৰীয় উদ্যানত নিয়মীয়া ভাৱে খাদ্য আহৰণ কৰি থকা অৱস্থাত হঠাতে মৃত্যু মুখত পৰে ৷ প্ৰাথমিক মৰোণোত্তৰ পৰীক্ষাত শ্বাসপ্ৰশ্বাস জনী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ পোহনীয়া হাতী বেলিৰ মৃত্যু


কাজিৰঙা, ২৮ জুন (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ পোহনীয়া হাতী বেলিৰ মৃত্যু ৷ বাগৰি বনাঞ্চলত নিয়োজিত বেলিয়ে ৰাষ্ট্ৰীয় উদ্যানত নিয়মীয়া ভাৱে খাদ্য আহৰণ কৰি থকা অৱস্থাত হঠাতে মৃত্যু মুখত পৰে ৷

প্ৰাথমিক মৰোণোত্তৰ পৰীক্ষাত শ্বাসপ্ৰশ্বাস জনীত কাৰণত হাতী জনীৰ মৃত্যু হয় বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande