ঢেকীয়াজুলিত সংঘটিত অগ্নিকাণ্ডত ব্যৱসায়ীক প্ৰতিষ্ঠান ভষ্মীভুত
শোণিতপুৰ, ১৬ জুন (হি.স.)। ঢেকীয়াজুলিত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ গল ঘোষ ইণ্ডাষ্ট্ৰী নামৰ ইলেকট্ৰনিক সামগ্ৰী থকা এটা গোডাউনৰ লগতে ক্ষতিগ্ৰস্ত হয় এটা বাসগৃহ।
ঢেকীয়াজুলিৰ ১০ নং ৱাৰ্ডৰ সন্তিপাৰাত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001