ছিপাঝাৰৰ ঐতিহাসিক লক্ষীমপুৰ পুখুৰী পৰিদৰ্শন মীন মন্ত্ৰী নিলীমা দেৱীৰ
দৰং, ১৬ জুন (হি.স.)। ছিপাঝাৰৰ ঐতিহাসিক লক্ষীমপুৰ পুখুৰী পৰিদৰ্শন মীন মন্ত্ৰী নিলীমা দেৱীৰ।
পুখুৰীটো পৰিদৰ্শন কৰি মাছৰ উৎপাদন কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে বিভাগীয় বিষয়া সকলৰ সৈতে আলোচনা কৰিম বুলি উপস্থিত সংবাদ মাধ্য়মৰ লোকক উল্লেখ কৰে।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001