চামগুৰিত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰীক
নগাঁও, ১৫ জুন (হি.স.)। চামগুৰিত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰীক। চামগুৰি আৰক্ষীয়ে বাজিয়াগাঁৱৰ পৰা নুৰুল হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে। ইফালে আৰক্ষীক দেখি পানীত জাপ দি পলাবলৈ চেষ্টা কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী নুৰুল হুছেইনে।
চামগুৰিত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰীক


নগাঁও, ১৫ জুন (হি.স.)। চামগুৰিত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰীক।

চামগুৰি আৰক্ষীয়ে বাজিয়াগাঁৱৰ পৰা নুৰুল হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে।

ইফালে আৰক্ষীক দেখি পানীত জাপ দি পলাবলৈ চেষ্টা কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী নুৰুল হুছেইনে। অৱশ্যে পিছত আৰক্ষীয়ে কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নুুৰুল হুছেইনৰ পৰা

পাঁচটা ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰে। আৰক্ষীয়ে সম্প্ৰতি অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীটোক জেৰা চলায় আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande