গোৰেশ্বৰৰ হাজালপাৰাত বিদ্যুত বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
বাক্সা, ১৫ জুন (হি.স.)। গোৰেশ্বৰৰ হাজালপাৰাত বিদ্যুত বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।ৰঙিয়া বিদ্যুত উপ সংমণ্ডল এছ ডি অ হিমাংশু প্ৰসাদ সন্মুখত ৰাইজৰ প্ৰতিবাদ।উল্লেখ যে বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে ৰবিবাৰে মৃত্যু হয় এজন লোকৰ। নন্দ লাল বিশ্বাস নামৰ লো
গোৰেশ্বৰৰ হাজালপাৰাত বিদ্যুত বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ


বাক্সা, ১৫ জুন (হি.স.)। গোৰেশ্বৰৰ হাজালপাৰাত বিদ্যুত বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।ৰঙিয়া বিদ্যুত উপ সংমণ্ডল এছ ডি অ হিমাংশু প্ৰসাদ সন্মুখত ৰাইজৰ প্ৰতিবাদ।উল্লেখ যে বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে ৰবিবাৰে মৃত্যু হয় এজন লোকৰ।

নন্দ লাল বিশ্বাস নামৰ লোকৰ মৃত্যুৰ লগতে বিদ্যুত বিভাগৰ দুৰ্নীতি সন্দৰ্ভত এই প্ৰতিবাদ ৰাইজৰ। বিদ্যুত বিভাগ হায় হায়, বিদ্যুত বিভাগ গ বেক’, বিদ্যুত বিভাগৰ কৰ্মচাৰীয়ে ভয় ভাবুকিৰ ধন লোৱা কৰ্মচাৰীক বদলি কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande