বাক্সাৰ মানাহ বিধানসভা সমষ্টিত চাৰিটা পথৰ শুভাৰম্ভ কৰিলে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে
বাক্সা, ১৫ জুন (হি.স.)। বাক্সাৰ মানাহ বিধানসভা সমষ্টিত চাৰিটা পথৰ শুভাৰম্ভ কৰিলে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে | ২০২৫-২৬ চনৰ এছঅপিডি ৰ অধীনত আৱন্তিত হোৱা পথকেইটাৰ আজি শুভাৰম্ভ কৰা হয় | নতুন বৰলা, পূব খাগ্ৰাবাৰী খৰা চুৱা, জালাহ অঞ্চলৰ ২টা মুঠ ৪টা কামৰ
বাক্সাৰ মানাহ বিধানসভা সমষ্টিত চাৰিটা পথৰ শুভাৰম্ভ কৰিলে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে


বাক্সা, ১৫ জুন (হি.স.)। বাক্সাৰ মানাহ বিধানসভা সমষ্টিত চাৰিটা পথৰ শুভাৰম্ভ কৰিলে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে | ২০২৫-২৬ চনৰ এছঅপিডি ৰ অধীনত আৱন্তিত হোৱা পথকেইটাৰ আজি শুভাৰম্ভ কৰা হয় | নতুন বৰলা, পূব খাগ্ৰাবাৰী খৰা চুৱা, জালাহ অঞ্চলৰ ২টা মুঠ ৪টা কামৰ আজি শুভাৰম্ভ কৰা হয় |

পথ কেইটা শুভাৰম্ভ কৰাৰ ফলত ৰাইজ যথেষ্ট আনন্দিত হৈ পৰিছে | বহু বছৰৰ পৰা পথ নোহোৱাৰ ফলত জীয়াতু ভুগি আহিব লগা হৈছিল |

প্ৰতিটো গুৰুত্বপূৰ্ণ পথৰ আজি মানাহ সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে শুভাৰম্ভ কৰিলে |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande