কোকৰাঝাৰত চালক আৰু পৰিবহণ কৰ্মচাৰীক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত
কোকৰাঝাৰ, ১৫ জুন (হি.স.)। কোকৰাঝাৰত চালক আৰু পৰিবহণ কৰ্মচাৰীক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত। বি টি চিৰ পৰিবহণ বিভাগে ভিজন স্প্ৰীং ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ। বিনামূলীয়া চকু প
কোকৰাঝাৰত চালক আৰু পৰিবহণ কৰ্মচাৰীক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত


কোকৰাঝাৰ, ১৫ জুন (হি.স.)। কোকৰাঝাৰত চালক আৰু পৰিবহণ কৰ্মচাৰীক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত।

বি টি চিৰ পৰিবহণ বিভাগে ভিজন স্প্ৰীং ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ।

বিনামূলীয়া চকু পৰীক্ষা কৰি বিনামূলীয়াকৈ চচমা প্ৰদান।

বিশেষকৈ চালক সকলৰ বাবে অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰটো।

চালক সকলে বাহন চলোৱাত দৃষ্টি শক্তি হেৰুৱাই পথ দুৰ্ঘটনা সন্মুখীন নহয় তাৰবাবে আয়োজন কৰা হৈছে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰটো।

কোকৰাঝাৰত আজি বি টি চি সচিবালয় প্ৰাংগনত অনুষ্ঠিত কৰা হৈছে আৰু কাইলৈ পৰহিলৈ জিলা আয়ুক্ত, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাৰ্যালয়ত অনুষ্ঠিত কৰা হ'ব এই বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande