মহানগৰীৰ জালুকবাৰীত জব্দ গৰু ভৰ্তি ট্ৰাক
গুৱাহাটী, ১৫ জুন (হি.স.)। মহানগৰীৰ জালুকবাৰীত জব্দ গৰু ভৰ্তি ট্ৰাক। জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ অভিযানত জব্দ হয় গৰু ভৰ্তি ট্ৰাকখন। ট্ৰাক খনত আছিল ১৫ টাকৈ প্ৰকাণ্ড গৰু। নলবাৰীৰ ঘোগ্ৰাপাৰৰ পৰা ন মাইল লৈ গৈ থকা অৱস্থাত জালুকবাৰী আৰক্ষীয়ে জব্দ
মহানগৰীৰ জালুকবাৰীত জব্দ গৰু ভৰ্তি ট্ৰাক


গুৱাহাটী, ১৫ জুন (হি.স.)। মহানগৰীৰ জালুকবাৰীত জব্দ গৰু ভৰ্তি ট্ৰাক।

জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ অভিযানত জব্দ হয় গৰু ভৰ্তি ট্ৰাকখন। ট্ৰাক খনত আছিল ১৫ টাকৈ প্ৰকাণ্ড গৰু।

নলবাৰীৰ ঘোগ্ৰাপাৰৰ পৰা ন মাইল লৈ গৈ থকা অৱস্থাত জালুকবাৰী আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন। উক্ত গাড়ী খনৰ নম্বৰ এ এছ ০ পি চি ৪৪৭৪ ।্য ঘটনা সম্পৰ্কত ৩ জনক আটক জালুকবাৰী আৰক্ষীৰ।

ধৃত গ্ৰেপ্তাৰাধীন ব্যক্তি কেইজনৰ নাম ৰহিম আলী, ৰাতুল আলী। এই বৃহৎ গৰু সৰবৰাহকাৰী লগত জড়িত ব্যক্তি গৰাকীৰ নাম ৰাহুল আলী বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande