কলিয়াবৰত বন্যহস্তীৰ মৃত্যু
কলিয়াবৰত বন্যহস্তীৰ মৃত্যু।
কলিয়াবৰত বন্যহস্তীৰ মৃত্যু


নগাঁও, ১৫ জুন (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি কলিয়াবৰৰ হাৰমতিত মৃত্যু হয এটা বন্যহস্তী।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ কাষৰীয়া হাৰমতিৰ এখন পথাৰত আজি মৃত্যু স্থানীয় লোকে প্ৰত্যক্ষ কৰে হাতীটোৰ মৃতদেহ। হাতীটোৱে পথাৰৰ বেৰা ভাঙি অতিক্ৰম কৰাৰ সময়তে মৃত্যু হয় হাতীটোৰ । ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক । অৱশ্যে বৰ্তমানলৈ স্পষ্ট হোৱা নাই হাতীটোৰ মৃত্যুৰ কাৰণ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande