মুখ্যমন্ত্ৰীলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিশেষ আহ্বান
গোলাঘাট, ১৫ জুন (হি.স.)। মুখ্যমন্ত্ৰীলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিশেষ আহ্বান। পেট্ৰ''ল-ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে বহুকেইটা বিশেষ অধিসূচনা য''ত তেল ডিপোত গেলনত তেল দিয়াটোও নিষিদ্ধ কৰা হৈছে। এইক্ষেত্ৰত কৃষকসকল
মুখ্যমন্ত্ৰীলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিশেষ আহ্বান


গোলাঘাট, ১৫ জুন (হি.স.)। মুখ্যমন্ত্ৰীলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিশেষ আহ্বান।

পেট্ৰ'ল-ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে বহুকেইটা বিশেষ অধিসূচনা

য'ত তেল ডিপোত গেলনত তেল দিয়াটোও নিষিদ্ধ কৰা হৈছে।

এইক্ষেত্ৰত কৃষকসকল যথেষ্ট সমস্যাত পৰিব বুলি আশংকা কৰা হৈছে

কিয়নো খেতিৰ বাবে টেক্টৰ-পাৱাৰ টিলাৰ,মেচিন আদিত তেল ভৰাবলৈ তেনেদৰে আনিব নোৱাৰিলে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব

সেয়ে এই নিৰ্দেশনাৰ পৰা কৃষক সকলক ৰেহাই দিবলৈ আহ্বান মৃণাল শইকীয়াৰ।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীলৈ জনাইছে এইদৰে আহ্বান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande