লখিমপুৰত বিশেষ অভিনন্দন অনুষ্ঠান
লখিমপুৰ, ১৪ জুন (হি.স.)। লখিমপুৰত বিশেষ অভিনন্দন অনুষ্ঠান। অৰ্ধ শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্য়মিক চুৰান্ত পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক লখিমপুৰ জিলা
লখিমপুৰত বিশেষ অভিনন্দন অনুষ্ঠান


লখিমপুৰ, ১৪ জুন (হি.স.)। লখিমপুৰত বিশেষ অভিনন্দন অনুষ্ঠান। অৰ্ধ শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।

বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্য়মিক চুৰান্ত পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক লখিমপুৰ জিলা কোচ- ৰাজবংশী সংগ্ৰাম সমিতিৰ সৌজন্যত উত্তৰ লখিমপুৰ নগৰ আঞ্চলিক কে আৰ এছ এছৰ সহযোগত এই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

ছাত্ৰ- ছাত্ৰী সকলে বিশ্বমুখী চিন্তা চৰ্চাৰে আগুৱাই যাব লাগিব বুলি সংগঠনটোৰ উপস্থিত নেতা সকলে সংবাদ মাধ্য়মক অবগত কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande