সৰুপথাৰত সাঁচি গছ কাটি চোৰ কৰিব লওতে ৰাইজৰ হাতত ধৰা পৰাৰ ভয়ত চোৰৰ পলায়ন
গোলাঘাট, ১৪ জুন (হি.স.)। সৰুপথাৰৰ টেঙানীত সাঁচি চোৰৰ সন্ত্ৰাস। টেঙানী বাঘগাঁৱৰ বিনোদ গগৈ নামৰ এজন লোকৰ বাৰীৰ পৰা চুৰি কৰিব বিচাৰিছিল সাঁচিগছ। বিদুৰভাই কাইদাৰে লাখ টকীয়া সাঁচি গছ কাটি পিছ কৰি থাকোতেই গাঁৱৰ লোকে প্ৰত্যক্ষ কৰাত পলাই পত্রং দিলে চোৰে।
সৰুপথাৰত সাঁচি গছ কাটি চোৰ কৰিব লওতে ৰাইজৰ হাতত ধৰা পৰাৰ ভয়ত চোৰৰ পলায়ন


গোলাঘাট, ১৪ জুন (হি.স.)। সৰুপথাৰৰ টেঙানীত সাঁচি চোৰৰ সন্ত্ৰাস।

টেঙানী বাঘগাঁৱৰ বিনোদ গগৈ নামৰ এজন লোকৰ বাৰীৰ পৰা চুৰি কৰিব বিচাৰিছিল সাঁচিগছ।

বিদুৰভাই কাইদাৰে লাখ টকীয়া সাঁচি গছ কাটি পিছ কৰি থাকোতেই গাঁৱৰ লোকে প্ৰত্যক্ষ কৰাত পলাই পত্রং দিলে চোৰে।

দুৰ্ভাগ্যবসত গৃহস্থৰ ৰোষত পৰাৰ ভয়ত পলাই পত্ৰং দিয়া চোৰে এৰি থৈ গ'ল লগত লৈ অহা এএছ ০৩জি ৪৩১৮ নামৰ দুচকীয়া টিভিএছ ভিক্টৰ বাহন আৰু এটা চাৰ্ট সহ হেলমেট।

সম্প্ৰতি বৰপথাৰ আৰক্ষী উপস্থিত হৈ দুচকীয়া বাহনখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande