হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত আশীৰ্বাদ ল'লে মন্ত্ৰী কেশৱ মহন্ত
কামৰূপ, ১৪ জুন (হি.স.)। হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত আশীৰ্বাদ ল''লে মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত সপত্নীক উপস্থিত হয়। নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী সম্পৰ্কে হাজোত তাৎপৰ
হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত আশীৰ্বাদ ল'লে মন্ত্ৰী কেশৱ মহন্ত


হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত আশীৰ্বাদ ল'লে মন্ত্ৰী কেশৱ মহন্ত


কামৰূপ, ১৪ জুন (হি.স.)। হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত আশীৰ্বাদ ল'লে মন্ত্ৰী কেশৱ মহন্তই।

অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত সপত্নীক উপস্থিত হয়।

নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী সম্পৰ্কে হাজোত তাৎপৰ্যপূৰ্ণ মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অগপ নেতা কেশৱ মহন্তৰ।

মনোবাঞ্ছা পূৰ্ণ হোৱাৰ পিছতে আজি হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে অসম চৰকাৰৰ পত্নী সহ মন্ত্ৰী গৰাকীয়ে।

অহা পাঁচবছৰত অসম আৰ্থিক ভাৱে টনকিয়াল হ'ব। দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত হ'ব অসম। হাজোত এই মন্তব্য কেশৱ মহন্তৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande