গাড়ী বন্ধ কৰাৰ সিদ্বান্ত গোলাঘাটৰ ২০০ ৰো অধিক ট্ৰাকৰ মালিকে
গোলাঘাট, ১৫ জুন (হি.স.)। পেট্ৰল ডিজেলৰ মুল্য বৃদ্ধিয়ে নিশ্চিত ভাবে প্ৰভাব পেলাইছে এতিয়া ট্ৰাকৰ মালিকসকলৰ ওপৰতো।গোলাঘাটৰ প্ৰায় ২০০ ৰো অধিক ট্ৰাকৰ মালিকে গাড়ী বন্ধ কৰিবলৈ সিদ্বান্ত লৈছে। কাৰণ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে যদিও ট্ৰাকৰ ভাড়া বৃদ্ধি নো
গাড়ী বন্ধ কৰাৰ সিদ্বান্ত গোলাঘাটৰ ২০০ ৰো অধিক ট্ৰাকৰ মালিকে


গোলাঘাট, ১৫ জুন (হি.স.)। পেট্ৰল ডিজেলৰ মুল্য বৃদ্ধিয়ে নিশ্চিত ভাবে প্ৰভাব পেলাইছে এতিয়া ট্ৰাকৰ মালিকসকলৰ ওপৰতো।গোলাঘাটৰ প্ৰায় ২০০ ৰো অধিক ট্ৰাকৰ মালিকে গাড়ী বন্ধ কৰিবলৈ সিদ্বান্ত লৈছে।

কাৰণ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে যদিও ট্ৰাকৰ ভাড়া বৃদ্ধি নোহাৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।ট্ৰাকৰ মালিক সকলে ৩০% শতাংশ ভাড়া বৃদ্ধি দাবী তুলিছে এতিয়া ট্ৰেন্সপৰ্টৰ এজেণ্টক নহলে সোমবাৰৰ সম্পূৰ্ণ ৰুপে ট্ৰাকৰ চলাচল বন্ধ কৰিব বুলি হুংকাৰ দিছে সদৌ গোলাঘাট লাইন ট্ৰাক অউনাৰ ৱেলফেয়াৰ এচোচিয়েশ্বনে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande