শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড
শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড।
শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড


শিৱসাগৰ, ১৭ মাৰ্চ (হি.স.): শিৱসাগৰত যোৱা কালি সোমবাৰে সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।

শিৱসাগৰৰ এটি ৰোডৰ হাৰ্ডৱেৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সংঘটিত হয় এই অগ্নিকাণ্ড। এলুমিনিয়ম আৰু গ্লাছৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড । ব্যৱসায়ীক প্ৰতিষ্ঠান খন উমেশ য়াদৱ নামৰ ব্যক্তিজনৰ বুলি জনা গৈছে । জুইত সম্পূৰ্ণৰূপে জাহ যায় দোকানত থকা সকলো সামগ্ৰী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande