নুমলীগড়ত মৃত‍্যু যন্ত্ৰনাত চটফটাই আছে বনৰীয়া হাতীয়ে
গোলাঘাট, ১১ জানুৱাৰী (হি.স.)। নুমলীগড়ত মৃত‍্যু যন্ত্ৰনাত চটফটাই আছে এটা বনৰীয়া হাতীয়ে ।নুমলীগড় চাহ বাগিচাত গুৰুতৰ ভাবে আহত এটা বন্যহস্তী । মৃত‍্যু যন্ত্ৰনাত চটফটাই আছে হাতীটোৱে । উল্লেখ‍্য যে বিগত তিনিটা দিনৰ পূৰ্বে হাতীটো কাৰ্বি আংলং ৰ দেইথৰত
নুমলীগড়ত মৃত‍্যু যন্ত্ৰনাত চটফটাই আছে বনৰীয়া হাতীয়ে


গোলাঘাট, ১১ জানুৱাৰী (হি.স.)। নুমলীগড়ত মৃত‍্যু যন্ত্ৰনাত চটফটাই আছে এটা বনৰীয়া হাতীয়ে ।নুমলীগড় চাহ বাগিচাত গুৰুতৰ ভাবে আহত এটা বন্যহস্তী । মৃত‍্যু যন্ত্ৰনাত চটফটাই আছে হাতীটোৱে । উল্লেখ‍্য যে বিগত তিনিটা দিনৰ পূৰ্বে হাতীটো কাৰ্বি আংলং ৰ দেইথৰত চিকিৎসকে কিছু চিকিৎসা কৰাৰ পিছত তাৰ বন বিভাগে নুমলীগড়লৈ খেদি পঠিয়াইছিল । কিন্ত হাতীটো কি দৰে আহত হল এই বিষয়ে বন বিভাগে নিশ্চিত কোনো তথ্য সদৰি কৰা নায়।

হাতীটোৱে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই বৰ্তমান স্বাস্থ্য়ৰ অধিক অবনতি ঘটি দূৰ্দশাৰ সন্মূখীন হৈচে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰে। বন্য়হস্তীৰ উপদ্ৰৱত অতিস্ত হৈ চাহ বাগিছাৰ কোনো লোকে দিয়া বিষাক্ত খাদ্য গ্ৰহণ কৰি বন্যহস্তীটো অসুস্থ হব পাৰে বুলি স্থানীয় প্ৰকৃতি প্ৰেমী ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande