মৈৰাবাৰীৰ গৰৈমাৰী চৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন
মৰিগাঁও, ১১ জানুৱাৰী (হি.স.)। মৈৰাবাৰীৰ গৰৈমাৰী চৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন। আজি মৰিগাঁও জিলাৰ ভেলৌগুৰী আৰক্ষী থানাৰ অধীনস্থ গৰৈমাৰী চাপৰিত এখনি স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত মৈৰাবাৰী চিকিৎসালয়ৰ ভা
মৈৰাবাৰীৰ গৰৈমাৰী চৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন


মৰিগাঁও, ১১ জানুৱাৰী (হি.স.)। মৈৰাবাৰীৰ গৰৈমাৰী চৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন।

আজি মৰিগাঁও জিলাৰ ভেলৌগুৰী আৰক্ষী থানাৰ অধীনস্থ গৰৈমাৰী চাপৰিত এখনি স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত মৈৰাবাৰী চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা° সঞ্জয় কুমাৰ পাতৰ,ডা° অশ্ৰাফুল ইছলাম আৰু অন্যান্য চিকিৎসা কৰ্মী সকল উপস্থিত থাকে।

চিকিৎসা শিবিৰত চৰাঞ্চলৰ প্ৰায় পাঁচ শতাধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande