ধুবুৰী গৌৰীপুৰত ২০নং অসম আৰক্ষী বাহিনীৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ধুবুৰী, ১১ জানুৱাৰী (হি.স.)। ধুবুৰী গৌৰীপুৰত ২০নং অসম আৰক্ষী বাহিনীৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰীত অৱস্থিত ২০নং অসম আৰক্ষী বাহিনীৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱসটো উলহ মালহৰে উদযাপন কৰা হয়। আজি প্ৰতিষ্ঠা দিৱসত মুখ্য অত
ধুবুৰী গৌৰীপুৰত ২০নং অসম আৰক্ষী বাহিনীৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন


ধুবুৰী, ১১ জানুৱাৰী (হি.স.)। ধুবুৰী গৌৰীপুৰত ২০নং অসম আৰক্ষী বাহিনীৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰীত অৱস্থিত ২০নং অসম আৰক্ষী বাহিনীৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱসটো উলহ মালহৰে উদযাপন কৰা হয়।

আজি প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নামনি অসমৰ বঙাইগাঁও ৱেষ্টাৰ্ণ ৰীজনৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় গিৰী কুলি গ্ৰাম লগতে ৬৬ নং বিএছএফ বাহিনীৰ উপ অধিনায়ন সুৰেন্দ্ৰ কুমাৰ বথা, ২০নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক জ্যোতি ৰঞ্জন নাথ,ধুবুৰীৰ গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ লগতে বহু গণ্য মান্য ব্যক্তি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande