ধমধমাত কৰ্মচাৰী পৰিষদৰ উত্তাল প্ৰতিবাদ
নলবাৰী, ১০ জানুৱাৰী (হি.স.)। ধমধমাত কৰ্মচাৰী পৰিষদৰ উত্তাল প্ৰতিবাদ। এনপিএছ আৰু ইউপিএছ বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত উক্ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ধমধমা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত এনপিএছ পোৱা এগৰ
ধমধমাত কৰ্মচাৰী পৰিষদৰ উত্তাল প্ৰতিবাদ


নলবাৰী, ১০ জানুৱাৰী (হি.স.)। ধমধমাত কৰ্মচাৰী পৰিষদৰ উত্তাল প্ৰতিবাদ। এনপিএছ আৰু ইউপিএছ বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত উক্ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ধমধমা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত এনপিএছ পোৱা এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৰ্ম বেদনা উপলব্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।

চৰকাৰে এনপিএছ আৰু ইউপিএছ বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল নাৰাখিলে বিভিন্ন গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande