মৰিয়নীত বিজেপি দলৰ বিশাল যোগদান কাৰ্যসূচী
যোৰহাট, ১০ জানুৱাৰী (হি.স.)। মৰিয়নী সমষ্টিৰ অন্তৰ্গত টীয়কৰ চিন্তামণিগড় কলা কৃষ্টি কেন্দ্ৰত আজি বিজেপি দলৰ বিশাল যোগদান কাৰ্য্যসূচী ।প্ৰায় কেইবা শতাধিক লোকে বিজেপিত যোগদান কৰাৰ লগতে আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক জিতু নেওগ সহ কংগ্ৰেছ আৰুএজিপি দলৰ
মৰিয়নীত বিজেপি দলৰ বিশাল যোগদান কাৰ্যসূচী


যোৰহাট, ১০ জানুৱাৰী (হি.স.)। মৰিয়নী সমষ্টিৰ অন্তৰ্গত টীয়কৰ চিন্তামণিগড় কলা কৃষ্টি কেন্দ্ৰত আজি বিজেপি দলৰ বিশাল যোগদান কাৰ্য্যসূচী ।প্ৰায় কেইবা শতাধিক লোকে বিজেপিত যোগদান কৰাৰ লগতে আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক জিতু নেওগ সহ কংগ্ৰেছ আৰুএজিপি দলৰ বহু কেইজন সদস্যই যোগদান কৰে ।

এই কাৰ্যসূচীত মৰিয়নী বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ‌ উপৰিও কলিয়াপানী মণ্ডলৰ সমুহ বিষয়ববীয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande