সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্বেলী ফাউণ্ডেশ্বন ৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্যসূচী অনুষ্ঠিত
যোৰহাট, ১০ জানুৱাৰী (হি.স.)। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্বেলী ফাউণ্ডেশ্বনৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্যসূচী অনুষ্ঠিত l সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্বেলী ফাউণ্ডেশ্বন ৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্য সূচী সম্পন্ন কৰা হয়। প্ৰাথমিক বিদ্
সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্বেলী ফাউণ্ডেশ্বন ৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্যসূচী অনুষ্ঠিত


যোৰহাট, ১০ জানুৱাৰী (হি.স.)। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্বেলী ফাউণ্ডেশ্বনৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্যসূচী অনুষ্ঠিত l

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্বেলী ফাউণ্ডেশ্বন ৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্য সূচী সম্পন্ন কৰা হয়। প্ৰাথমিক বিদ্যলয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক উৎসাহ কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন ধৰনৰ শৈক্ষিক সামগ্ৰী বিতৰণ কৰি আহিছে সংগঠনটোৱে। আৰু আজি ছাত্ৰ সংগঠনটোৱে উৎসাহৰ সপ্তম কাৰ্য সূচী ৰূপে যোৰহাটৰ সৰ্ব্বাইবন্ধা ৰাজতীয়া প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিতৰণ কৰে শৈক্ষিক সামগ্ৰী। । উক্ত কাৰ্যসূচীত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে , যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্বেলী ফাউণ্ডেশ্বন ৰ বিষয় ববীয়া সকল উপস্থিত থাকে। উল্লেখ যে প্ৰতিটো সপ্তাহত বেলেগ বেলেগ প্ৰাথমিক বিদ্যালয় সমূহত এই কাৰ্য সূচী ৰূপায়ন কৰা হব বুলি সংগঠনৰ কৰ্মী সকলে জানিবলৈ দিয়ে

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande