কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যতকৰ বাবে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিপ্তত হোটেল সমূহ সাজু কৰি তোলা হৈছে
গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.)। প্ৰায় পাচঁ মাহৰ বিৰতিৰ অন্তত কাইলৈ মুকলি হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।কাজিৰঙা পৰ্যটনত এক বিশেষ ভূমিকা গ্ৰহন কৰি অহা কাজিৰঙা হোটেল এছচিয়েচন সাজু হৈ উঠিছে আগন্তুক পৰ্যটন বৰ্ষলৈ ৷ কাজিৰঙা হোটেল এছচি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যতকৰ বাবে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিপ্তত হোটেল সমূহ সাজু কৰি তোলা হৈছে


গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.)। প্ৰায় পাচঁ মাহৰ বিৰতিৰ অন্তত কাইলৈ মুকলি হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।কাজিৰঙা পৰ্যটনত এক বিশেষ ভূমিকা গ্ৰহন কৰি অহা কাজিৰঙা হোটেল এছচিয়েচন সাজু হৈ উঠিছে আগন্তুক পৰ্যটন বৰ্ষলৈ ৷

কাজিৰঙা হোটেল এছচিয়েচনৰ অধীনত থকা ১০০ খন অতিথিশালাক ৰং কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande