Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
26 Sep 2025
গোলাঘাট, ২৬ ছেপ্টেম্বৰ (হি.স.)। অৱশেষত কালি বিয়লিৰ পৰা ঘিলাধাৰী নৈত নিখোঁজ হৈ পৰা ঘিলাধাৰী চাহবাগিছাৰ ঢাপলাকটাৰ ১১ বছৰীয়া শিৱম পানতাঁতিৰ মৃতদেহ উদ্ধাৰ। কালি সন্ধিয়াৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে ঘিলাধাৰী নৈত চলাইছিল শিৱম পানতাঁতিৰ উদ্ধাৰ অভিযান। নিশাৰ ..
দৰং, ২৬ ছেপ্টেম্বৰ (হি.স.)। মঙলদৈত ইউটিউবাৰ দ্বীপ জ্যোতি ডেকাৰ প্ৰতিবাদ। শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি জ্বলাই প্ৰতিবাদ ইউটিউবাৰ গৰাকীৰ। মঙলদৈ ঔতলাত পথত শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি জ্বলাই কৰে প্ৰতিবাদ। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ..
ডিব্ৰুগড়, ২৬ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত নাহৰৰ গছ-পুলি ৰোপন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আজি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত ১০০ জোপা নাহৰৰ গছ-পুলি ৰোপন কৰে চেপনৰ পদ্মধৰ দত্ত নামৰ ..
শিৱসাগৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। বৰ্ষীয়ান সাহিত্যিক পুণ্য শইকীয়ালৈ ২০২৫ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা। ৰাজ্যৰ অন্যতম বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা। অসমৰ প্ৰথমগৰাকী ডক্টৰেট ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha