উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ তেলেংগানা পথ দুৰ্ঘটনাত প্ৰাণহানিত শোক প্ৰকাশ
নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হানিৰ ঘনাত গভীৰ শোক প্ৰকাশ কৰে । এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হানি গভীৰভাৱে দুখজনক বুলিও তেওঁ কয়। উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে শোকস
উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ তেলেংগানা পথ দুৰ্ঘটনাত প্ৰাণহানিত শোক প্ৰকাশ


নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হানিৰ ঘনাত গভীৰ শোক প্ৰকাশ কৰে । এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হানি গভীৰভাৱে দুখজনক বুলিও তেওঁ কয়।

উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই কঠিন সময়ত তেওঁলোকৰ সৈতে সংহতি প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁৰ চিন্তা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে। চি.পি. ৰাধাকৃষ্ণনে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে বিদেহী আত্মাৰ শান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande