জুবিন ক্ষেত্ৰৰ সন্মুখত জুবিন হত্যাৰ ন্যায় বিচাৰি শিল্পী সমাজ সুৰক্ষা, অসমৰ অৱস্থান ধৰ্মঘট
গুৱাহাটী, ১৯ নৱেম্বৰ (হি.স.)। জুবিন ক্ষেত্ৰৰ সন্মুখত জুবিন হত্যাৰ ন্যায় বিচাৰি শিল্পী সমাজ সুৰক্ষা, অসমৰ অৱস্থান ধৰ্মঘট । ৬০ টা দিন অতিক্ৰম কৰিলে যদিও জুবিন হত্যাৰ তদন্ত অতি লেহেমীয়া হোৱৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট সংগঠনটোৰ। এই প্ৰতিবাদী কাৰ
জুবিন ক্ষেত্ৰৰ সন্মুখত জুবিন হত্যাৰ ন্যায় বিচাৰি শিল্পী সমাজ সুৰক্ষা, অসমৰ অৱস্থান ধৰ্মঘট ।


জুবিন ক্ষেত্ৰৰ সন্মুখত জুবিন হত্যাৰ ন্যায় বিচাৰি শিল্পী সমাজ সুৰক্ষা, অসমৰ অৱস্থান ধৰ্মঘট ।


গুৱাহাটী, ১৯ নৱেম্বৰ (হি.স.)। জুবিন ক্ষেত্ৰৰ সন্মুখত জুবিন হত্যাৰ ন্যায় বিচাৰি শিল্পী সমাজ সুৰক্ষা, অসমৰ অৱস্থান ধৰ্মঘট ।

৬০ টা দিন অতিক্ৰম কৰিলে যদিও জুবিন হত্যাৰ তদন্ত অতি লেহেমীয়া হোৱৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট সংগঠনটোৰ।

এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তেদি শিল্পী সুৰক্ষা সমাজ অসমে দাবী কৰে যে ২০০ বিঘা ভূমি সামৰি জুবিন সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰাৰ দাবীৰ সহিতে

আন্তজার্তিক মানদণ্ডৰ এখন সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণ কৰা। তদুপৰি আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাণৰ স্বাৰ্থত এখন ফিল্ম চিটি গঢ়ি তোলা। জাতি-জনগোষ্ঠী সমূহৰ সাংস্কৃতিক গৱেষণা আৰু চৰ্চা কেন্দ্ৰ নিৰ্মাণ কৰা, জুবিন গাৰ্গৰ স্মৃতিত এক সাংস্কৃতিক সংগ্ৰাহালয় গঢ়ি তোলা, জুবিন গাৰ্গে আৰম্ভ কৰা কলাগুৰু ন্যাসৰ আৰ্হি আৰু আদৰ্শৰে এখন ন্যাস গঠন কৰা, জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ এক আন্তর্জাতিক মানদণ্ডৰ কনচাৰ্ট কেন্দ্ৰ গঢ়ি তোলা তথা

আন্তর্জাতিক স্তৰৰ এক সাংস্কৃতিক পুথি ভঁৰালো নিৰ্মাণ কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande