সুকমা/ৰায়পুৰ, ১৫ অক্টোবৰ (হি.স.)। ছত্তীশগড়ৰ সুকমা জিলাত ৫০ লাখ টকাকৈ পুৰস্কাৰ কঢ়িয়াই ফুৰা ২৭ জন নক্সালবাদীয়ে আৰক্ষী বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে।
সুকমা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ পৰা প্রকাশ কৰা তথ্য অনুসৰি আত্মসমর্পণ কৰা আটাইকেইটা নক্সালবাদীয়ে কেইবাটাও কাণ্ডৰ সৈতে জড়িত হৈ আছে৷ ইয়াৰ ভিতৰত আছে পিএলজিএ বেটেলিয়ন নং ১ত সক্ৰিয় দুজন হাৰ্ডকোৰ মাওবাদী, এজন চিৱাইচিএমৰ সদস্য, ১৫ জন দলৰ সদস্য, আৰু আন ১১ জন সক্ৰিয় নক্সালবাদী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া