দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ
নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁলোকৰ বৈঠকৰ ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই পোষ্
दिल्ली की मुख्यमंत्री रेखा गुप्ता मंगलवार को प्रधानमंत्री नरेन्द्र मोदी से मुलाकात की।


নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁলোকৰ বৈঠকৰ ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই পোষ্টত প্ৰকাশ কৰিছে যে, ‘দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। বৈঠকত গুপ্তাই প্ৰধানমন্ত্ৰী মোডীক এটা পৰম্পৰাগত প্ৰতিমূৰ্তি প্ৰদান কৰাৰ লগতে বিভিন্ন বিষয়ত আলোচনা কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande