Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
17 Sep 2026
তিনিচুকিয়া, ১৭ ছেপ্টেম্বৰ (হি.স.)। মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত ডিগবৈ ভীমপথাৰ বাপুজী উচ্চ ইংৰাজী বিদ্যালয়ত ১৮ লাখ ৯৭ হাজাৰ টকাৰে সাজি উলিওৱা অত্যাধুনিক সংহত গণিত আৰু বিজ্ঞান গৱেষণাগাৰটো উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিজ্ঞান..
তিনিচুকীয়া, ১৭ ছেপ্টেম্বৰ (হি.স.)। তিনিচুকীয়া জিলাৰ ডুমডুমাত চতুৰ্বিংশতিতম কেন্দ্ৰীয় কৰম সন্মিলন উদযাপনৰ শুভাৰম্ভ। কেন্দ্ৰীয় কৰম সন্মিলন উদযাপন সমিতিৰ উদ্যোগত চুক্ৰেটিং চাহ বাগিচাৰ শীতল পাটি লাইনত অনুষ্ঠিত “জাৱা”ৰ বালি উঠোৱা কাৰ্যসূচী। কৃষিজীৱি ..
গোলাঘাট, ১৭ ছেপ্টেম্বৰ (হি.স.)। দেৰগাঁও থানাত উৎকোচ লোৱা ট্ৰাফিক ইন-চাৰ্জ দিগন্ত খাটনিয়াৰক ৰিজাৰ্ভ ক্ল’জ। দেৰগাঁও থানাৰ ভিতৰতে উৎকোচ লোৱাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। কেৱল উৎকোচ লোৱাই নহয়, থানালৈ অহা সাধাৰণ জনতাৰ সৈতেও তেওঁ অহৰ্নিশে অসভ্য ..
নগাঁও, ১৭ ছেপ্তেম্বৰ (হি.স.)। চামগুৰিৰ ননৈ জংঘলবস্তিত ৰাইজৰ ৰোষত ছাগলী চুৰিৰ অভিযোগত এজনক আটক। চাহ বাগিচা অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ পৰা দীৰ্ঘদিন ধৰি ছাগলী নিৰুদ্দেশ হৈ অহাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল ৰহস্য। ছাগলী নিৰুদ্দেশ হোৱাৰ পিছত প্ৰথমে বন্যপ্..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha