ক’নাক্ৰি, ২৪ আগষ্ট (হি.স.)। গিনিৰ ৰাজধানী ক’নাক্ৰিৰ এটা বৃহৎ ভূমিস্খলনৰ ঘটনাত দেওবাৰে পুৱা হোৱা প্ৰচণ্ড বৰষুণৰ মাজতে ২২ জন লোকৰ মৃত্যু হয়। দাৰ এছ চালাম অঞ্চলত মহানগৰীৰ মূল জাবৰ পেলোৱা স্থানত এক বৃহৎ জাবৰৰ দম ভাঙি ওচৰৰ জুপুৰিবোৰত হেঁতা মাৰি ধৰে।
স
Invalid email address
संपर्क करें
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station,
Pillar No. 12, New Delhi-110001p>