ৰাজৌৰীৰ এলওচি সমীপত টহল দি থকা অৱস্থাত খনি বিস্ফোৰণত আহত ভাৰতীয় সেনা নাইব চুবেদাৰ
ৰাজৌৰী, ০৪ জুলাই (হি.স.)। ভাৰতীয় সেনাৰ ১৪ অসম ইউনিটৰ নৈব সুবেদাৰ হিতেশ্বৰ গগৈ ৰাজৌৰী জিলাৰ নৌশ্বেৰাৰ ঝাংগাৰ ছেক্টৰৰ এল অ’ চিৰ সমীপত টহল দি থকা অৱস্থাত খনি বিস্ফোৰণত আহত হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক কমাণ্ড হাস্পতাল উধামপুৰলৈ প্ৰেৰণ কৰা হয়।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande