Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
28 Jul 2026
শোণিতপুৰ, ২৮ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাত অঘটন। বালিপৰাৰ ৰেল পথত আজি এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় ৰাইজে জনোৱা মতে ৰেলৰ চেপাত মৃত্যু হোৱা বুলি মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে নিহত লোকজনৰ দেহটো আৰু মুৰটো পৃথক পৃথক..
বৰপেটা, ২৮ জুলাই (হি.স.)। উজনি অসমৰ বানপীড়িতৰ কাষত বৰপেটাৰোডবাসী। দি বৰপেটাৰোড ক্লাৱৰ উদ্যোগত বৃহৎ সাহায্য অভিযান। উজনি অসমত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিত বিপদগ্ৰস্ত হৈ পৰা লোকসকলৰ কাষত থিয় দিছে বৰপেটাৰোডবাসী। ‘দি বৰপেটাৰোড ক্লাৱ’ৰ উদ্যোগত ..
ধুবুৰী, ২৮ জুলাই (হি.স.)। সোণৰ কণী পৰা হাঁহ হ’ল গৌৰীপুৰৰ শিলাইৰপাৰ গাঁও পঞ্চায়ত কাৰ্য্যালয়।গৰিবৰ মূৰত ছাঁ দিবলৈ চৰকাৰে দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ধনো এতিয়া বিক্ৰী হৈছে। অভিযোগ মতে, ১০ হেজাৰ টকাৰ বিনিময়ত প্ৰথম কিস্তিৰ ৩২,৫০০ টকা আনৰ একাউণ্ট..
তামুলপুৰ, ২৮ জুলাই (হি.স.)। তামুলপুৰ জিলা প্ৰশাসন, তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি পুৱা দেশভক্ত তৰুনৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে আজি দেশভক্তি দিৱস ২০২৬ পালন কৰা হয়। জিলা আয়ুক্তৰ সভাগৃহত আয়োজন কৰা অনুষ্ঠানত পোনতে দেশভক্ত তৰুনৰাম ফুকনৰ প্ৰতিচ্ছ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha