লাক্ষাগৃহলৈ পৰিণত দিল্লীৰ বিবেক বিহাৰৰ এটা চাৰি মহলীয়া আৱাসগৃহ, ৯ জন লোকৰ মৃত্যু
নতুন দিল্লী, ০৩ মে’ (হি.স.)। দিল্লীৰ বিবেক বিহাৰত আজি পুৱা চাৰি মহলীয়া আৱাসিক ভৱনত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। কেইবাজনো লোকক নিৰাপদে উলিয়াই অনা হয়। সামান্যভাৱে অগ্নিদগ্ধ হোৱা দুজন লোকক গুৰু টেগ বাহাদুৰ চিকিৎসাল
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001